অসম সাহিত্য সভা, কলকাতা শাখাৰ পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতি দিৱস পালন
📌 গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নাতিনী পিকু সাহাই
বিশেষ বাৰ্তা, ২২ এপ্ৰিল : ২১ এপ্ৰিলত অসম সাহিত্য সভা, কলকাতা শাখাৰ উদ্যোগত ৰঙালী বিহু উৎসৱ পালনৰ লগতে অসমীয়া সাহিত্যৰ কাণ্ডাৰী, ভানুমতীৰ স্ৰষ্টা তথা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৯সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে অসম ভৱন ছল্ট লেকত এখনি সোঁৱৰণী সভা…
Read More...