স্কুলত শিশুক সুৰাপান কৰাৰ পৰামর্শ শিক্ষকৰ
🔹 চৰকাৰী প্রাথমিক স্কুলত ভয়ংকৰ ঘটনা
নিউজ ডেস্ক, ২০ এপ্রিল : শিক্ষানুষ্ঠান হৈছে শিশুসকলৰ বাবে দ্বিতীয় বাসগৃহ৷ শিক্ষাদানৰ লগতে জীৱনৰ পাঠ দিয়ে শিক্ষক–শিক্ষয়িত্রীয়ে৷ কিন্তু মধ্যপ্রদেশৰ বিদ্যালয়ত অভাৱনীয় কাণ্ড ঘটিছে৷ শিক্ষার্থীৰ সন্মুখত সুৰাৰ মজলিছত মচগুল হোৱা দেখিবলৈ পোৱা গ’ল শিক্ষকক৷ শিশু শিক্ষার্থীক পানী ঢালি সুৰাপান কৰাৰ পৰামর্শ দিছে এজন শিক্ষকে৷…
Read More...