দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ
দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থাত এটা ঐতিহাসিক মুহূৰ্ত হিচাপে আজি আৰম্ভ হ’ল দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এই বিশেষ ৰে’লখনৰ ফ্লেগ অফ কৰে।
একেই সময়তে গুৱাহাটীৰ কামাখ্যা জংচনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্দে ভাৰত ৰে’লখনৰ আনুষ্ঠানিক ফ্লেগ অফ কৰে। এই উপলক্ষে কামাখ্যা ষ্টেচনত এক বিশেষ…
Read More...