তাহাউৰ ৰাণাক প্রতিদিনে ১০ ঘণ্টাকৈ জেৰা কৰিছে ‘নিয়া’ই
🔹 ২৬/১১ সন্ত্রাসবাদী কাণ্ডৰ মূল ষড়যন্ত্রকাৰীৰ ৫বাৰকৈ নামাজ আদায়
নিউজ ডেস্ক, ১৭ এপ্রিল : ২৬/১১ৰ মুম্বাই সন্ত্রাসবাদী কাণ্ডৰ মূল ষড়যন্ত্রকাৰী তাহাউৰ ৰাণাক আমেৰিকাই ভাৰতলৈ প্রত্যর্পণ কৰাৰ পাছত ৰাণাৰ বর্তমান ঠিকনা হৈছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ মুখ্য কার্যালয়ৰ এটা সৰু কুঠৰী৷ বর্তমান ‘নিয়া’ৰ জিম্মাত আছে তাহাউৰ ৰাণা৷ ২৪ ঘণ্টা কঠোৰ নজৰদাৰীত থকা…
Read More...