বিমানবন্দৰৰ শৌচালয়ৰ পৰা উদ্ধাৰ মৃত নৱজাতক
নিউজ ডেস্ক, ২৭ মার্চ : বিমানবন্দৰৰ শৌচালয়ত ডাষ্টবিনৰ পৰা উদ্ধাৰ নৱজাতকৰ মৃতদেহ৷ মুম্বাই বিমানবন্দৰত পৰহি নিশা ১১ বজাত এই নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ বিমানবন্দৰৰ কর্মীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে৷ ছত্রপতি শিৱাজী মহাৰাজ আন্তর্জাতিক বিমানবন্দৰৰ ২নং টার্মিনেলৰ এটা শৌচালয়ৰ ডাষ্টবিনত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ৷ ঘটনাস্থলীত…
Read More...