চিবিআইত নিয়ন্ত্রণ নাই কেন্দ্রৰ : উচ্চতম ন্যায়ালয়ক জনালে মোদী চৰকাৰে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে' : চিবিআই স্বতন্ত্র সংস্থা৷ এই সংস্থাৰ ওপৰত কেন্দ্রৰ কোনো নিয়ন্ত্রণ নাই৷ ৰাজ্যৰ তৰফৰ পৰা তৰা এটা গোচৰত উচ্চতম ন্যায়ালয়ত এই কথা জনাই দিলে মোদী চৰকাৰে৷ উল্লেখনীয় যে ২০২০ চনতে ৰাজ্যত ইচ্ছা অনুসৰি চিবিআইৰ তদন্তৰ বাবে প্রয়োজনীয় অনুমতি–পত্র বা জেনেৰেল কনচেণ্ট প্রত্যাহাৰ কৰিছিল তৃণমূল কংগ্রেছ চৰকাৰে৷ যাৰ ফলত আদালতৰ নির্দেশ…
Read More...