হৰমুজ প্রণালী বন্ধ হ’লেও অন্য পথেৰে ভাৰতলৈ আহিব ইন্ধন
নিউজ ডেস্ক, ২৪ জুনঃ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিলে ভাৰতৰ ওপৰত প্রভাৱ পৰাৰ সম্ভাৱনাক লৈ চর্চা আৰম্ভ হৈছে৷ ইৰান আৰু ইজৰাইলৰ মাজত চলা যুদ্ধৰ পৰিপ্রেক্ষিতত খাৰুৱা তেলৰ দাম বৃদ্ধি পালেও ভাৰতত এতিয়াও তেলৰ নাম বৃদ্ধি পোৱা নাই৷
দামবৃদ্ধি হ’লেও ভাৰতৰ বাবে উদ্বিগ্ণতাৰ কাৰণ নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে৷ হৰমুজ…
Read More...