পাকিস্তান-বাংলাদেশ সীমান্তত ‘স্মাৰ্ট ব’ৰ্ডাৰ’ৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ
ডিজিটেল ডেস্ক, ২৩ মে' : অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত কঠোৰ কেন্দ্ৰীয় চৰকাৰ। গ্ৰহণ কৰা হৈছে ‘জিৰো ট’লাৰেন্স’ নীতি। পাকিস্তান আৰু বাংলাদেশ সীমান্তত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এইবাৰ ‘স্মাৰ্ট ব’ৰ্ডাৰ’ আৰম্ভ কৰাৰ চিন্তা কৰিছে মোদী চৰকাৰে। শুকুৰবাৰে নতুন দিল্লীত বিএছএফৰ বাৰ্ষিক ৰুস্তমজী মেম’ৰিয়েল অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী…
Read More...