২১ মার্চৰ ভিতৰত দাখিল কৰক নির্বাচনী বণ্ডৰ সকলো তথ্য
🔹 এছবিআইক পুনৰ জবাবদিহি ছুপ্রিম ক’ৰ্টৰ
বিশেষ বাৰ্তা, ১৯ মার্চ : এছবিআইৰ বিৰুদ্ধে অধিক কঠোৰ উচ্চতম ন্যায়ালয়৷ সর্বোচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ নির্দেশৰ পাছতো এছবিআয়ে নির্বাচনী বণ্ডৰ তথ্য সম্পূর্ণ নিদিয়াক লৈ অসন্তুষ্ট বিচাৰপীঠে কালি পুনৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰি অহা ২১ মার্চৰ ভিতৰত নির্বাচনী বণ্ডৰ সকলো তথ্য দাখিল কৰিবলৈ নির্দেশ…
Read More...