স্বাস্থ্য বিভাগত ৯১৯টা তৃতীয় বর্গৰ (টেকনিকেল) পদ মুকলি
🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ ডিচেম্বৰ
অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ তৰফৰ পৰা প্রকাশ কৰা বিজ্ঞাপন অনুসৰি ৰাজ্যৰ বিভিন্ন স্বাস্থ্য প্রতিষ্ঠানত তৃতীয় শ্রেণীৰ পদত (টেকনিকেল) নিযুক্তিৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
Read More...