লখিমপুৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়ত ৩ পদ
লখিমপুৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়ত খালী হৈছে পিয়নৰ ৩টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মুখ্য ন্যায়িক দণ্ডাধীশে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ–পত্রত প্রকাশ কৰিছে৷ আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে পিবি–১ৰ আধাৰত ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷
চতুর্থবর্গৰ এই…
Read More...