পৰ্যটন সম্ভাৱনা বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নীতকৰণক বিশেষ অগ্ৰাধিকাৰ : সৰ্বানন্দ সোণোৱাল
🔹 শ্বিলঙত ব্যৱসায়ী-যুৱপ্ৰজন্ম-মহিলা প্ৰতিনিধিৰে বাজেট সন্দৰ্ভত আলোচনা
বিশেষ বাৰ্তা, ২৭ জুলাই : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বিলঙত ব্যৱসায়িক সম্প্ৰদায়, যুৱপ্ৰজন্মৰ লগতে অঞ্চলটোৰ মহিলাসকলৰ প্ৰতিনিধিসকলৰ সৈতে কেন্দ্ৰীয় বাজেট, ২০২৪ সন্দৰ্ভত এক আলোচনাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বাজেট ২০২৪-এ বিকশিত ভাৰতৰ…
Read More...