বৰাকৰ কাটিগৰাত বাৰ্মিজ চিগাৰেট জব্দ, গ্ৰেপ্তাৰ ২
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : কাটিগৰা আৰক্ষীয়ে মিজোৰামৰ পৰা মেঘালয় অভিমুখে গৈ থকা এটা পঞ্জাৱ বডিৰ ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটিগৰা গেমন দলঙৰ সমীপত কাটিগড়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত গাড়ীখন আটক কৰে। সৰবৰাহকাৰী দুজনে গাড়ীৰ কেবিনৰ…
Read More...