ৰূপহীহাটত তীৰ খেলৰ তিনি বুকী আটক
🔹 সৰ্বস্বান্ত স্কুল-কলেজীয়া ছাত্ৰৰ পৰা বৃদ্ধলৈকে
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : ৰূপহীহাটত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰূপহীহাট আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি ফুটালজাৰত তীৰ খেলৰ বিৰুদ্ধে চলায় এক অভিযান ৷ আৰক্ষীৰ অভিযানত আটক হয় তিনি তীৰ খেলৰ বুকী ৷ ধৃত তীৰ খেলৰ বুকীকেইটা হ'ল মজিবুৰ ৰহমান, আনোৱাৰ হুছেইন আৰু ৰফিকুল ইছলাম…
Read More...