গেটৰ সন্মুখত বিষ্ঠা ত্যাগ ঘটনাৰ প্রতিবাদ কৰা যুৱক ৰঙাঘৰৰ আলহী
🔹 পোহনীয়া কুকুৰৰ অভিজাত গৰাকীৰ দায়িত্বজ্ঞানহীন কাণ্ড
বিশেষ বাৰ্তা, ১০ জানুৱাৰী : এটা পোহনীয়া কুকুৰে মলত্যাগ কৰা ঘটনাক কেন্দ্র কৰি সৃষ্টি হোৱা এক অনাকাংক্ষিত পৰিৱেশৰ বাবে আহনী মেৰপেঁচত সোমাই পৰা এজন মেধাৱী ছাত্রৰ শৈক্ষিক ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰাৰ উপক্রম হোৱাৰ এক ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত৷ উল্লেখনীয় যে সোণাৰি নগৰৰ দুই নং…
Read More...