কাছাৰত গাঞ্জাসহ আটক মণিপুৰৰ ৩ সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : কাছাৰৰ লক্ষীপুৰত ১৩ কেজিৰ অধিক গাঞ্জাৰ সৈতে মহিলাসহ আটক কৰা হয় তিনিগৰাকী মণিপুৰৰ সৰবৰাহকাৰীক l লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰ চহৰ সংযোগী পথৰ নয়াগ্রামত অভিযান চলাই এখন অটোৰ পৰা গাঞ্জাসহ আটক কৰিছে তিনি সৰবৰাহকাৰীক l AS-11EC-1299 নম্বৰৰ অটোত কৌশলগতভাৱে কার্টনত বঢ়াই গাঞ্জাখিনি আনিছিল ধৃতসকলে l ঘটনাত জব্দ কৰা হৈছে অটোখনো l ধৃত…
Read More...