১৬ ডিচেম্বৰৰ পৰা নৱম কয়াকুছি গ্ৰন্থ-বাণিজ্য মেলা
🔹 নামঘোষা-কোৰান পাঠেৰে শংকৰ-আজান সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিকৰ লগতে যুৱপ্ৰজন্মৰ মানসিক আৰু বৌদ্ধিক বিকাশ লক্ষ্যৰে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। ১৬ ডিচেম্বৰৰ পৰা ২২…
Read More...