মুখ ঢকা বাবে চোৰে চোৰক শোধালে কাণতলীয়া চৰ
🔹 কৰিমগঞ্জ চহৰৰ ইন্দিৰা কলনীত চুৰিকাণ্ড
🔹 চিচি টিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : কৰিমগঞ্জ আৰক্ষীক চেলেঞ্জ কৰি চহৰখনত অব্যাহত আছে সঘনাই চুৰিকাণ্ড । কৰিমগঞ্জ চহৰৰ ইন্দিৰা কলনীত এইবাৰ সংঘটিত হৈছে চুৰিকাণ্ড । দুই চোৰে এখন নতুন পালছাৰ বাইক চুৰ কৰিলে । চুৰিকাণ্ডৰ সকলো দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছে। চুৰি হোৱা বাইকখনৰ নম্বৰ…
Read More...