এটুপি সুৰা… মিছামাৰীত ১০ টকাৰ চুলাইৰ কাৰণে পত্নীক হত্যা স্বামীৰ
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ স্বামীৰ হাতত পত্নী তথা পত্নীৰ হাতত স্বামীৰ মৃত্যু নতুনত্ব নহয়৷ সুৰাৰ ৰাগীত মাতাল, পৰকীয়া প্ৰেমত আবদ্ধ হোৱা লোকসকলৰ মাজত এইবোৰ ঘটনা প্ৰায়েই সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ৷ শোণিতপুৰ জিলাৰ মিছামাৰী থানাৰ অন্তৰ্গত বনগাঁও ৰূপাঞ্জলিত যোৱা ৮ নৱেম্বৰ নিশা তেনে এক বাস্তৱ ঘটনা ঘটে আৰু হৃদয়বিদাৰক ঘটনাটোৰ খবৰ আৰক্ষীয়ে পোৱাত পলম হোৱাত…
Read More...