আজিৰ দিনটোৰ ৰাশিফল
আজি ১০ নৱেম্বৰ, কাতি মাহৰ ২৪ তাৰিখ
দেওবাৰ : তিথি–শুক্লানৱমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই
মেষ : নানাধৰণৰ চিন্তা থাকিব৷ অৱশ্যে পূর্বতে দিয়া কথাৰ প্রতি বেছি সক্রিয় হোৱা দৰকাৰ৷ আপোনাৰ শুভ বর্ণ বগা৷ বগা ৰং ব্যৱহাৰ কৰিব৷ যাত্রা শুভ৷ শুভ সংখ্যা ৩৷
বৃষ : আৱেগপ্রৱণতা৷ কর্মত বিপদৰ শংকা নাথাকিব৷ ব্যস্ত হৈ পৰাৰ কাৰক৷ আজি আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷…
Read More...