জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
আজি ৮ নৱেম্বৰ, কাতি মাহৰ ২২ তাৰিখ
শুকুৰবাৰঃ তিথি–শুক্লাসপ্তমী, নক্ষত্রঃ উত্তৰাষাঢ়া, যাত্রাঃ নাই
মেষঃ অকাৰণ বা কাৰণতেই হওক কোনৰ লগত মতবিৰোধ হোৱাৰ আশংকা৷ লেনদেনত সাৱধান থাকক৷ শৰীৰ ভালেই বুলিব পাৰি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
বৃষঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক৷ নতুন কোনো যোগাযোগত উৎসাহিত৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব৷ শুভ ৰং নীলা, শুভ…
Read More...