বাঁহজানীত মৃৎশিল্পক জীয়াই ৰখাৰ স্বাৰ্থত দিন-ৰাতি একাকাৰ মৃৎশিল্পীৰ
🔹 দীপাৱলীৰ বাবে কেইবালক্ষ মাটিৰ চাকি তৈয়াৰ
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ : দীপাৱলী সমাগত। অহা ৩১ অক্টোবৰত দেশবাসীৰ লগতে নলবাৰীতো সনাতনী ৰাইজে দীপাৱলীৰ লগতে কালীপূজা পালন কৰিব। এই পোহৰৰ উৎসৱক লৈ অনূসূচিত আৰু হীৰা সম্প্ৰদায়ৰ ৰাইজৰ মাজত ব্যাপক প্ৰস্তুতি চলিছে। সাতামপুৰুষীয়া মৃৎশিল্পবিধক জীয়াই ৰখাৰ স্বাৰ্থত দিন-ৰাতি একাকাৰ কৰি বিভিন্ন সামগ্ৰী…
Read More...