ধুবুৰীত ব্ৰাউন ছুগাৰৰ বুজন পৰিমাণৰ টেমা জব্দ
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ আজি সন্ধিয়া ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ তৃতীয় খণ্ড অঞ্চলত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত কেইবাটাও সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি সৰু প্লাষ্টিকৰ টেমা, নগদ ধন জব্দ কৰাৰ সমান্তৰালকৈ এজন দাগী ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত…
Read More...