টেটেলীগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ মহন্তৰ বিয়োগ
🔹 বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক
নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ১০ জুন : জামুগুৰিহাটৰ বৰভগীয়া গাওঁ নিৱাসী তথা টেটেলীগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ মহন্ত (৮৭)ৰ কালি তেজপুৰ মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷ জামুগুৰি বাৰেচহৰীয়া ভাওনা উদযাপন কমিটী, সত্ৰ মহাসভাৰ বিভিন্ন বিষয়বাবত কাৰ্যনিৰ্বাহ কৰা ধৰ্মেশ্বৰ মহন্ত জামুগুৰি বাসুদেৱ থান…
Read More...