ডিক’ডিং জীৱন : কথাত মোক নোৱাৰিবা
ড০ পার্থসাৰথি মহন্ত
সঁচা কথা কওকচোন– আপোনাৰ বাৰু এনেকুৱা হৈছেনে? আপুনি এক প্রচণ্ড তর্কত লিপ্ত হৈ পৰিছে– আপোনাৰ পত্নী, পতি, ভাই–ভনী, সহকর্মী, বন্ধু বা সংগীৰ সৈতে–য’ত মূল বিষয়টো পাহৰি বা এৰাই আপুনি কেৱল নিজৰ কথাটো প্রমাণ কৰাৰ চেষ্টাত লাগ–বান্ধ নোহোৱা কথা ক’বলৈ আৰম্ভ কৰিছে৷ আপোনাৰ মন–মগজুৰ কোনোবা অংশত অৱশ্যে আপুনিও অনুভৱ কৰি থাকে যে আপুনি অলপ বেছিকৈ…
Read More...