ডিক’ডিং জীৱন : মোৰ কিয় জন্ম হ’ল?
ড০ পার্থসাৰথি মহন্ত
জন্ম হৈ কেনেকুৱা লাগিল বাৰু
এই ভাবটো মনলৈ আহেনে?
মানসিক দৃষ্টিকোণৰ পৰা জন্ম হোৱাৰ ধাৰণাটো ইমানেই মৌলিক যে আমি জন্ম হোৱাক লৈ প্রশ্নয়েই নকৰোঁ৷ শিশু অৱস্থাত আমি জীৱনক স্বাভাৱিক বাস্তৱ হিচাপেই গ্রহণ কৰোঁ৷ সৰু ল’ৰা–ছোৱালীয়ে কিয় জন্ম হৈছিল সেই কথা খুব কমেইহে চিন্তা কৰে৷ জানিত–জানিতভাৱে তেওঁলোক পৃথিৱীখন আৱিষ্কাৰ কৰাত নিমগ্ন হৈ থাকে৷…
Read More...