২২ গজত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান
🔹 ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা নিৰপেক্ষ স্থানত এছিয়া কাপ !
নিউজ ডেস্ক, ৩০ জুন : ভাৰত–পাকিস্তানৰ সামৰিক সংঘাতৰ পিছত ক্রিকেট খেলপথাৰত পুনৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে ভাৰত আৰু পাকিস্তানৰ৷ পেহেলগাম কাণ্ডৰ পিছত ক্রিকেট ব’ৰ্ড দুখনে দুয়োখন দেশলৈ দল প্রেৰণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে যদিও আগন্তুক এছিয়া কাপত দুয়োখন দেশে অংশ লোৱাটো প্রায় খাটাং হৈ পৰিছে৷…
Read More...