IPLৰ পৰৱৰ্তী মেচত নিষিদ্ধ দিগবেশ ৰাথী, অভিষেককো জৰিমনা
IPLৰ পৰৱৰ্তী মেচত নিষিদ্ধ দিগবেশ ৰাথী, অভিষেককো জৰিমনা
নিউজ ডেস্ক, ২০ মে' : একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৫ৰ ৬১সংখ্যক মেচত অভিষেক শৰ্মা আৰু দিগবেশ সিং ৰাথীৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। দুয়োজন খেলুৱৈয়ে যথেষ্ট আক্ৰমণাত্মক আছিল আৰু যদিহে আম্পায়াৰ আৰু আন সতীৰ্থসকলে তেওঁলোকক বাধা নিদিলেহেঁতেন তেন্তে বিষয়টো আৰু আগবাঢ়িব…
Read More...