পৰাজয়ৰ হেটট্রিক ছানৰাইজার্ছ হায়দৰাবাদৰ
🔹 ৰঘুবংশী–ভেংকটেশৰ অর্ধশতকেৰে জয় কলকাতা নাইট ৰাইডার্ছৰ
নিউজ ডেস্ক, ৪ এপ্রিল : ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলৰ প্রথমখন মেচত দুর্দান্ত বিজয় সাব্যস্ত কৰিছিল যদিও পৰৱর্তী মেচত জয়ৰ ধাৰা অব্যাহত ৰখাত সম্পূর্ণৰূপে ব্যর্থ হয়৷ প্রতিযোগিতাখনত পৰাজয়ৰ হেটট্রিকৰ সন্মুখীন হয় ছানৰাইজার্ছ৷ কালি কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত মেচখনত ছানৰাইজার্ছ হায়দৰাবাদে…
Read More...