বিশ্বকাপ ক্ৰিকেটৰ সূচী 🔹 নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১৫ অক্টোবৰত ভাৰত-পাকিস্তানৰ মেচ
বিশেষ বাৰ্তা, ২৭ জুনঃ ৪৬ দিন ধৰি ক্ৰিকেট মহাৰণ চলিব ভাৰতৰ মাটিত। এদিনীয়া বিশ্বকাপৰ ৪৮খন খেল অহা অক্টোবৰ-নৱেম্বৰৰ ভিতৰত ভাৰতৰ মুঠ ১২খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে বিশ্বকাপ ক্ৰিকেটৰ সূচী প্ৰকাশ কৰাৰ লগে লগে ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা বিৰাজ কৰিছে। ৫ অক্টোবৰত নিউজিলেণ্ড-ইংলেণ্ডৰ খেলৰ জৰিয়তে এই ক্ৰিকেট…
Read More...