যশপ্ৰীত বুমৰাহ-ৰ বলিঙক ভূয়সী প্ৰশংসা ইংৰাজ বেটাৰৰ
যশপ্ৰীত বুমৰাহ-ৰ বলিঙক ভূয়সী প্ৰশংসা ইংৰাজ বেটাৰৰ
নিউজ ডেস্ক, ২৩ জুনঃ হেডিংলে টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডৰ আধিপত্য আছিল অধিক৷ ভাৰতৰ যশপ্রীত বুমৰহাৰ বাহিৰে আন কোনো বলাৰে ঘৰুৱা দলটোক চাপত ৰাখিব পৰা নাছিল৷
বুমৰাহে অকলে ৫টা উইকেট দখল কৰে৷ তেওঁৰ বলিঙৰ নিপুনতা দেখি ইংলেণ্ড শিবিৰে সমীহ কৰিবলৈ বাধ্য হৈছে৷ বেন ডাকেট আৰু বলাৰ মার্ক উডো বুমৰাহৰ বলিং দেখি…
Read More...