ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী : দ্বিতীয় টেষ্টতো অনিশ্চিত শুভমন গিল
নিউজ ডেস্ক, ২৮ নৱেম্বৰ : ঘৰুৱা দল অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টতো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ শুভমন গিলৰ৷ পার্থত হৈ যোৱা প্রথমখন টেষ্টৰ পূর্বে হাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল৷ সেই আঘাতৰ বাবে গিলে প্রথমখন টেষ্টত অংশগ্রহণ কৰিব পৰা নাছিল৷ এতিয়া এডিলেইডত দিবা–নৈশভাৱে হ’বলগীয়া…
Read More...