‘জয় বাবাজী’ : মঞ্জৰেকাৰক কটাক্ষ ভাৰতীয় পেচ বলাৰ ছামিৰ
🔹 আইপিএলৰ নিলামৰ পূৰ্বে ক্ষুণ্ণ
নিউজ ডেস্ক, ২২ নৱেম্বৰ : আইপিএলৰ আগন্তুক মেগা নিলামক কেন্দ্র কৰি জল্পনা–কল্পনা অব্যাহত আছে৷ মেগা নিলামৰ দিন চমু চাপি অহাৰ লগে লগে এই সন্দর্ভত চর্চাও তীব্রতৰ হৈ পৰিছে৷ ২৪–২৫ নৱেম্বৰত ছৌদি আৰবৰ জেদ্দাহত অনুষ্ঠিত হ’ব এই মেগা নিলাম৷ ইফালে, এই নিলামত খেলুৱৈসকলক ক্রয় কৰিবলগীয়া সম্ভাব্য দল আৰু তেওঁলোকৰ সম্ভাব্য দৰ…
Read More...