২০৩০ত ভাৰতৰ ভূমিত যুৱ অলিম্পিকত ক্রিকেট!
🔹 ক্রিকেট অন্তর্ভুক্তিৰ বাবে আইঅ’চিৰে আলোচনাত বহিব আইচিচি
নিউজ ডেস্ক, ১৯ আগষ্ট : ২০২৮ চনত লছ এঞ্জেলছত অনুষিষ্ঠত হ’ব পৰৱর্তী অলিম্পিক মহাসমাৰোহ৷ আগন্তুক বৃহৎ প্রতিযোগিতাখনত অন্তর্ভুক্ত হ’ব ভাৰতৰ আটাইতকৈ জনপ্রিয় ক্রীড়া ক্রিকেট৷ ইতিমধ্যে আন্তর্জাতিক অলিম্পিক সন্থাই এই কথা ঘোষণা কৰিছে৷ ইয়াৰ পিছত ২০৩০ চনত অনুষ্ঠিত হ’ব যুৱ অলিম্পিক গেমছ৷ সেই…
Read More...