স্বপ্নভংগ মুম্বাইৰ – মই মোৰ খেলুৱৈসকলক যদি অলপ ভালকৈ মেনেজ কৰিলোহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন
স্বপ্নভংগ মুম্বাইৰ - মই মোৰ খেলুৱৈসকলক যদি অলপ ভালকৈ মেনেজ কৰিলোহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন
নিউজ ডেস্ক, ২ জুন : মুম্বাই ইণ্ডিয়ানছৰ আই পি এল ২০২৫ খিতাপ জয়ৰ সপোন ছিন্নভিন্ন হৈ পৰিল। পঞ্জাব কিংছে কোৱালিফায়াৰ মেচত মুম্বাইক পৰাস্ত কৰি আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। ২০৪ ৰান সংগ্ৰহ কৰিও মুম্বাই এই মেচত পৰাস্ত হয়, যাৰ বাবে অধিনায়ক হাৰ্দিক…
Read More...