ৰেছলমেনিয়াত শেষ মেচ : মল্লযুঁজাৰু জন চিনাৰ অৱসৰ ঘোষণা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুলাইঃ টি-২০ বিশ্বকাপৰ খিতাপ দখলৰ পাছত বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাই টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই খবৰত অনুৰাগী মৰ্মাহত হৈছিল যদিও এতিয়া আন এজন কিংবদন্তিয়ে ক্ৰীড়া জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। মল্লযুঁজাৰু জন চিনায়ো অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। ভাৰততো জন চিনাক বহুত ভাল পোৱা লোক আছে,…
Read More...