বার্বাডোজৰ পিটচৰ মাটি খালে ৰোহিত শর্মাই
বিশেষ বাৰ্তা, ৩০ জুন : বিশ্বকাপ জয়ৰ পিছত দলৰ অধিনায়ক, ক্রিকেটাৰসকলে বিভিন্ন ধৰণে উদযাপন কৰে বিজয়োল্লাস৷ কিন্তু অভিনৱ পদ্ধতিৰে বিশ্ব বিজয় পালন কৰিলে ৰোহিত শর্মাই৷ ১১ বছৰ পিছত অধিনায়ক হিচাপে দেশক আই চি চি ট্রফী উপহাৰ দিয়াৰ পিছত বার্বাডোজৰ কেনছিংটন অভেলৰ পিটচৰ মাটি খালে ৰোহিতে৷ আইচিচিয়ে এটি ভিডিঅ’ পোষ্ট কৰিছে৷ তাত ৰোহিতক পিটচৰ পৰা মাটি আনি মুখত লোৱা…
Read More...