ছেমিত হাৰিও সকলোৰে হৃদয় জিনিলে আফগান বাহিনীয়ে
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ টি-২০ বিশ্বকাপৰ ছেমিফাইনেল মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হয় আফগানিস্তান। ৰছিদ খানৰ অধিনায়কত্বত থকা আফগানিস্তান দলটোক আফ্ৰিকাই ৯ উইকেটত পৰাস্ত কৰে। একপক্ষীয়ভাৱে জয়লাভ কৰি আফ্ৰিকাই ফাইনেলৰ টিকট নিশ্চিত কৰে। যদিও আফগানিস্তানৰ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও প্ৰতিযোগিতাখনত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনেৰে…
Read More...