মানিমুনি শাক
মানিমুনি শাকৰ লগত আমাৰ ৰাজ্যৰ লোকক পৰিচয় কৰি দিয়াৰ হয়তো প্রয়োজন নাই৷ কাৰণ, অসমৰ পৰিৱেশত সহজেই হোৱা আৰু বহু লোকৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্রায় সকলোৰে চিনাকি৷ খৰালি কালত কোঁচমোচ খাই থাকিলেও বসন্তৰ আগমনৰ লগে লগে ধৰালৈ নামি অহা একোজাক বৰষুণৰ পিছতেই মাটিৰ আনুভূমিকভাৱে দুর্বাৰ গতিত পুলিয়ে–পোখাই ই বংশ বিস্তাৰত লাগি যাব ধৰে৷ আমাৰ ৰাজ্যৰ থলুৱা লোকসকলৰ…
Read More...