স্বাস্থ্যহানিৰ মূল কাৰণ মানসিক অৱসাদ
শ্রদ্ধাৰ হোমেন বৰগোহাঞিয়ে তেখেতৰ ‘কাম কৰাৰ আনন্দ’ নামৰ পুথিখনত উল্লেখ কৰিছে– বেছিভাগ মানুহেই হতাশাৰ দ্বাৰা জর্জৰিত হৈ গোটেই জীৱন ধৰি ভিতৰি ভিতৰি ছটফটাই থাকে আৰু সেইটো কৰি কৰিয়েই তেওঁলোকে এদিন জীৱনটো শেষ কৰে৷ প্রকৃত অর্থত তেওঁলোক কেতিয়াও জীয়াই নাথাকে৷ কেৱল মৰিবৰ সময়ত তেওঁলোকৰ বহুতৰ মনলৈ হয়তো এনে এটা ভাব আহে আৰু কেইমুহূর্তমানৰ পিছতে মই দেখোন মৰিমেই…
Read More...