নাকৰ যতন
আঙুলিৰে নাক খজুৱাই থকাটো বদ্ অভ্যাস৷
নাকত কাপোৰ, কাগজ বা তেনে কোনো বস্তু সুমুৱাই সুৰসুৰাই দি হাঁচি মাৰিবলৈ চেষ্টা কৰা অনুচিত৷
ধূমপান পৰিহাৰ কৰিব লাগে৷
হাঁচি মাৰিবৰ সময়ত ৰুমালেৰে নাক ঢ়াকি ৰাখিব লাগে৷ খোৱা টেবুলত হাঁচি আহিব খুজিলে পৰাপক্ষত একাষৰীয়াকৈ উঠি যাব লাগে অথবা ৰুমাল ব্যৱহাৰ কৰিব লাগে৷
ধূলি–ধোঁৱাৰে পৰিপূর্ণ পৰিৱেশত নাকত কাপোৰৰ আৱৰণী ল’ব…
Read More...