বুটৰ দাইল খাওক, স্বাস্থ্যৱান হওক
কথিত আছে যে ঔৰাংগজেৱে পিতৃ ছাহজাহানক আগ্রা দুর্গত বন্দী কৰি ৰখাৰ সময়ত জীৱনৰ বাকী অৱস্থাত তেওঁক একমাত্র এবিধ খাদ্যহে খাবলৈ দিয়া হৈছিল৷ পিতৃৰ প্রতি ঔৰংগজেৱ কিছু সদয় হৈ তেওঁক সেইবিধ খাদ্য ইচ্ছামতে বাছি ল’বলৈ সুযোগ দিছিল৷ অভিজ্ঞতাপুষ্ট ছাহজাহানে খাদ্য হিচাপে বাছি লৈছিল বুটক৷ বুটক বিভিন্ন ধৰণে খাব পাৰি৷ দাইল, বেছন, চাটু আনকি কাবাকৰ ৰূপটো বুটৰ দাইল খাব…
Read More...