ভাৰতত কণ্ঠস্বৰ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব ক’ৰোনা আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ কণ্ঠস্বৰ পৰীক্ষা কৰিও চিনাক্ত কৰিব পাৰি ক'ভিড-১৯ পজিটিভ। আমেৰিকা আৰু ইজৰাইলৰ পিছত ভাৰতত এনে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বাণিজ্য নগৰী মুম্বাইত।
মুম্বাইৰ পৌৰসভা বি এম চিৰ উদ্যোগত প্ৰায় ১০০০ মানুহৰ ওপৰত এই প্ৰযুক্তি ব্যৱহাৰ কৰি ক'ভিড-১৯ পজিটিভ চিনাক্ত কৰা হ'ব। কণ্ঠস্বৰৰ জৰিয়তে ক'ভিড-১৯ ধৰা পেলোৱা প্ৰযুক্তিবিধক AI অৰ্থাৎ…
Read More...