নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক ওবামা, বিল গেটছকে ধৰি বহু কেইজন প্ৰভাৱশালী ব্যক্তিৰ টুইটাৰ একাউন্ট হেক

  • বুধবাৰে বিশ্বৰ কেইবাজনো প্ৰভাৱশালী ব্যক্তিৰ টুইটাৰ একাউন্ট হেক কৰা হৈছে
  • আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ টুইটাৰ একাউণ্ট হেককৰাৰ লগতে আমাজানৰ স্বত্ত্বাধিকাৰী জেফ বেজোছৰ একাউণ্ট হেক
  • আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ সম্ভাৱ্য প্ৰাৰ্থী জো বিডেনৰ একাউণ্ট হেক
  • টুইটাৰসমূহ হেক কৰাৰ পাছত হেকাৰে বিশেষ মেছেজ পোষ্ট কৰিছে
  • ক্ৰিপ্টোকাৰেঞ্চি স্কেমৰ উদ্দেশ্যৰে এই হেক কৰা হৈছে বুলি সূত্ৰত প্ৰকাশ পাইছে
You might also like