হাস্যবদনে পৃথিৱীৰ বুকুত খোজ দিলেহি সুনীতাসহ ৪ মহাকাশচাৰীয়ে
নিউজ ডেস্ক, ১৯ মাৰ্চঃ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ দলটোৱে স্পেচএক্স ক্ৰু-৯ অভিযানৰ অধীনত মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ সফলতাৰে উভতি আহিছে। ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ তিনি সহযোগী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা (ISS) সফলতাৰে পৃথিৱীলৈ উভতি আহিছে। নাছাৰ স্পেচএক্স ক্ৰু-৯ অভিযানৰ অংশ হিচাপে আজি ভাৰতীয়…
Read More...