‘এ আই’ৰ জৰিয়তে পাঠদান : ধন ওভতাই লাগে ছাত্রীক
‘এ আই’ৰ জৰিয়তে পাঠদান : ধন ওভতাই লাগে ছাত্রীক
নিউজ ডেস্ক, ১৯ মে' : ইংৰাজী সাহিত্যৰ শিক্ষার্থীসকলৰ বহুতৰে বাবে জনপ্রিয় গল্প হৈছে ‘ৰিফাণ্ড’৷ এই গল্পটোৰ মূল চৰিত্র ছাত্রই তেওঁৰ পুৰণি শিক্ষানুষ্ঠানলৈ উভতি গৈ দীর্ঘদিনীয়া অধ্যয়নৰ সমস্ত খৰচ ওভতাই বিচাৰিছিল৷
ছাত্রজনৰ যুক্তি আছিল যে স্কুল–কলেজত পঢ়ি উত্তীর্ণ হোৱাৰ পাছতো তেওঁ চাকৰি পোৱা নাই৷ অর্থাৎ তেওঁৰ…
Read More...