বাইহাটা চাৰিআলিত খুৰাকৰ নাক কামুৰি ছিঙিলে ভতিজাকে…
ডিজিটেল ডেস্ক, ৩০ মে' : খুৰাকৰ নাক কামুৰি ছিঙিলে ভতিজাকে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পিয়লিখাটাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
জানিব পৰা মতে, সুৰেন ডেকা নামৰ এজন লোকৰ বিৰুদ্ধে পুখুৰীত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ অভিযোগ আনে তেওঁৰ দুই ভতিজাই। এই অভিযোগক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত এই বিবাদে হিংসাত্মক…
Read More...