নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱলৈ সম্প্ৰসাৰণ চিটী বাছ সেৱা

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ আমিনগাঁওবাসীৰ বাবে সু-খবৰ । এতিয়াৰে পৰা আমিনগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব চিটিী বাছ । পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটী আৰু বাইহাটালৈও চলিব  চিটী বাছ। মহানগৰীৰ যানযঁট আৰু যাত্ৰীৰ সুবিধাৰ্থে এই সিদ্ধান্ত কামৰূপ জিলা পৰিবহন বিভাগৰ।

You might also like