নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ টকাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ পূৰবী গাখীৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলত দুগ্ধজাত সামগ্ৰীৰ উৎপাদনেৰে শ্বেত বিপ্লৱৰ সৃষ্টি কৰা জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবী ডায়েৰীয়ে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰত ৪ টকাকৈ মূল্যবৃ্দ্ধি কৰিছে । আনহাতে গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই দুগ্ধজাত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ সুযোগ লৈ পূৰবী ডায়েৰী কৰ্তৃপক্ষই প্ৰতি লিটাৰ গাখীৰত ৪ টকাকৈ মূল্যবৃদ্ধি কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই গ্ৰাহকসকলে । ইপিনে পূৰবী ডায়েৰীৰ কৰ্তৃপক্ষই মানসম্পন্ন গাখীৰ বিক্ৰী কৰাৰ পৰিপ্ৰেক্ষিততে ৪ টকাকৈ মূল্য বৃদ্ধি কৰা বুলি জানিবলৈ দিছে ।

You might also like