নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ডকাইতৰ চাঞ্চল্যকৰ গুলীচালনা; গুৰুতৰভাৱে আহত এজন

  • দিনদুপৰতে মহানগৰীত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।
  • ৬ জনীয়া ডকাইতৰ দলটোৰ গুলীত গুৰুতৰভাৱে এজন আহত।
  • ধীৰেণপাৰা জুৱেলাৰী দোকানত সংঘটিত হয় এই গুলীচালনা।
  • জব্দ AS01DJ9604 নম্বৰৰ ডাষ্টাৰ বাহন
  • আহত লিটন মজুমদাৰক চিকিৎসালয়ত ভৰ্তি
You might also like